Hedayat Ullah

Hedayat Ullah

l like to write poem , story , song , shayeri etc...love to sing , dance....

  • Latest
  • Popular
  • Repost
  • Video

just fun

72 View

#fishing

#fishing by hook

72 View

Fatke Laughter ke

Fatke Laughter ke

Wednesday, 18 October | 07:02 pm

0 Bookings

Expired
 নিস্বাৰ্থ প্ৰেম

          নাজমিন চুলতানা

স্বাৰ্থহীন প্ৰেমৰ তুমিয়ে প্ৰমাণ..
নিস্বাৰ্থ ভালপোৱাৰে জীয়াই তুলিছা 
মৰহি যোৱা মোৰ প্ৰাণ ...
পথভ্ৰষ্ট হৈ ৰৈছিলো মই জীৱন বাটত
তুমি আহি দিলা এটুকুৰা ঠাই 
অন্তৰৰ গভীৰ কোণত ।।

স্পৰ্শতা মোৰ দেহত তোমাৰ হাত দুখনৰ..
গলি গৈছিলো এনেদৰে 
যেন এটি টুকুৰা বৰফৰ ।

ৰাতিৰ আন্ধাৰ , জোনৰ পোহৰ
আৰু কিছু কথা অন্তৰৰ ,
জীপাল হৈ ৰ'ব হৃদয়ৰ নিভাজ কোণত 
সেই মূহুৰ্তবোৰ অন্তৰংগৰ।।।

প্ৰেম যেন মোৰ বাবে আছিল এক প্ৰত্যাহ্বান
হৈছিলোঁ য'ত সদাই ব্যৰ্থ,
শেষত তোমাৰ সংস্পৰ্শত আহিয়েইটো শিকিলোঁ
প্ৰকৃত ভাষাত প্ৰেমৰ অৰ্থ ।।।

©Hedayat Ullah

নিস্বাৰ্থ প্ৰেম নাজমিন চুলতানা স্বাৰ্থহীন প্ৰেমৰ তুমিয়ে প্ৰমাণ.. নিস্বাৰ্থ ভালপোৱাৰে জীয়াই তুলিছা মৰহি যোৱা মোৰ প্ৰাণ ... পথভ্ৰষ্ট হৈ ৰৈছিলো মই জীৱন বাটত তুমি আহি দিলা এটুকুৰা ঠাই অন্তৰৰ গভীৰ কোণত ।। স্পৰ্শতা মোৰ দেহত তোমাৰ হাত দুখনৰ.. গলি গৈছিলো এনেদৰে যেন এটি টুকুৰা বৰফৰ । ৰাতিৰ আন্ধাৰ , জোনৰ পোহৰ আৰু কিছু কথা অন্তৰৰ , জীপাল হৈ ৰ'ব হৃদয়ৰ নিভাজ কোণত সেই মূহুৰ্তবোৰ অন্তৰংগৰ।।। প্ৰেম যেন মোৰ বাবে আছিল এক প্ৰত্যাহ্বান হৈছিলোঁ য'ত সদাই ব্যৰ্থ, শেষত তোমাৰ সংস্পৰ্শত আহিয়েইটো শিকিলোঁ প্ৰকৃত ভাষাত প্ৰেমৰ অৰ্থ ।।। ©Hedayat Ullah

72 View

#meradil #Quotes #Good

#meradil #Good evening

72 View

SARGAM - Music Melodies

SARGAM - Music Melodies

Friday, 6 October | 06:03 pm

0 Bookings

Expired
Trending Topic