#প্ৰেমৰ সংজ্ঞা প্ৰাঞ্জলৰ দৃষ্টিত
#প্ৰতিটো পোৱা চকু মেলাৰ পাছতেই যাৰ অবয়ব মনত আহে সেইটোৱেই হৈছে প্ৰেম।।
#যি জনৰ এষাৰি মিঠা মাতৰ বাবে গোটেই দিন টো ক্ষণ গণি থকা যায় সেয়াই হৈছে প্ৰেম,।।
#যি জনৰ লগত দুৰ্বাৰ কাজিয়া হোৱাৰ পাছতো,সৰু হৈ কাষ চপা যায় সেইয়াই হৈছে প্ৰেম,।।
#কাৰোবাৰ কথা মনত পৰি যেতিয়া ওঠৰ কোণত মিচিকিয়া হাঁহি ভাহি উঠে সেয়াই হৈছে প্ৰেম,।।
#পৃথিৱীৰ সমস্ত সুখ উপভোগ কৰা মুহূৰ্তত যদি কোনোবাৰ অনুপস্থিতৰ ভাব হয় সেয়াই হৈছে প্ৰেম,
#তেওঁ ওচৰত নাই,কিন্তু আঁতৰত থাকিলেও মনৰ পৰা অহা আশীৰ্বাদ সেয়াই হৈছে প্ৰেম,।।
#যাক আপোন কৰিব নোৱাৰি বুলি জানিও,প্ৰতিটো মুহূৰ্তত হৃদয়ৰ কোণত সজাই ৰখা যায় সেয়াই হৈছে প্ৰেম,,।।
#যাৰ অনুভৱত মানৱ দেহত কলিজাৰ উমান পোৱা যায় ,সেয়াই হৈছে প্ৰেম,,।।
#যাৰ দুখ দেখি তেওঁতকৈ বেছি দুখত ভাগি পৰা যেন অনুভৱ হয় ,সেয়াই হৈছে প্ৰেম,,।।
#মানৱ শৰীৰে অনুভূতিৰ দলিছা খনত বাগৰিব খোজা মানেই হৈছে প্ৰেম,|
#আকাশ নীলা গগনৰ, এসোপা মান সেউজীয়াৰ মাজত বিলীন হৈ যাব খোজা মানেই হৈছে প্ৰেম,।।
#মোবাইলৰ ৰিংটন বজাৰ আগতেই ফোন আহিব বুলি অহা অনুভৱ মানেই হৈছে প্ৰেম,।।
#ত্যাগৰ অন্তিম চৰণৰ ক্ষণয়েই হৈছে প্ৰেম।।
Continue with Social Accounts
Facebook Googleor already have account Login Here