Dipsikha Chetia

Dipsikha Chetia

your future today choice

nojoto.com

  • Latest
  • Popular
  • Video

dil tuhamare liye darakta hai lagta hai mujea tumse ishq hoo gaya hai ©Dipsikha Chetia

#notojolove #romance #notojo #devdas  dil tuhamare liye darakta hai 
lagta hai
mujea
tumse ishq hoo gaya hai

©Dipsikha Chetia

Poetry Nights

Poetry Nights

Monday, 3 July | 11:34 pm

0 Bookings

Expired

অনুৰাগ তোমাৰ বাবে এপাহ গোলাপ কিমান দিনলৈ নো মৰহি নোহোৱাকৈ থাকিব, তোমাৰ বাবে ফুল জোপাক কষ্ট দি গোলাপ পাহ চিঙিবলৈ মোৰ মনত বেয়া লগা নাছিল বৰঞ্চ আনন্দ হে লাগিছিল তোমাক দিম বুলি। বহু কাইটৰ মাজত ৰাণী দৰে থকা সেই গোলাপে চাগে মোক দুখ দিলে সেইবাবে আজিও সেই পাহ মোৰ লগতে থাকিল সযত্নে থৈ দিছিলো জানা তোমাৰ বাবে কিন্তু ,,,,, বেছিদিন ৰাখিব নোৱাৰিলোঁ মৰহিল ©Dipsikha Chetia

#Pattiyan  অনুৰাগ তোমাৰ বাবে

এপাহ গোলাপ কিমান দিনলৈ নো মৰহি নোহোৱাকৈ থাকিব, তোমাৰ বাবে ফুল জোপাক কষ্ট দি গোলাপ পাহ চিঙিবলৈ মোৰ মনত বেয়া লগা নাছিল বৰঞ্চ আনন্দ হে লাগিছিল তোমাক দিম বুলি।
বহু কাইটৰ মাজত ৰাণী দৰে থকা সেই গোলাপে চাগে মোক দুখ দিলে সেইবাবে আজিও সেই পাহ মোৰ লগতে থাকিল
সযত্নে থৈ দিছিলো জানা তোমাৰ বাবে কিন্তু ,,,,,
বেছিদিন ৰাখিব নোৱাৰিলোঁ
মৰহিল

©Dipsikha Chetia

#Pattiyan Assamese shayeri

10 Love

#zubeengarg #shayaari #Assamese #India #Song

bihu Assam

105 View

Assamese song

165 View

Trending Topic