✍মিছেচ কথাচহকী❤

✍মিছেচ কথাচহকী❤

...Born to express.......🤓 not to impress.........😏 MAJULI;ASSAME,INDIA join nojoto in12 july.. went to school of C.S.R.🏘 Read in class 11 arts.. please like and follow me❤❤

  • Latest
  • Popular
  • Video
 ❤

58 View

॥মোৰ অনুভৱী তুমি॥ তোমাৰ হৃদয়ৰ একোনত সাজিছো মই আবেলিৰ ৰামধেনু, তোমাৰ হীমচেঁচা দুৱাহুৰ মাজেৰে বোৱাইছো যন্ত্রনাৰ জীয়া উশাহ..! জোনাকৰ স্নিগ্ধতাত ডুৱি থকা এটি অবুজ আৱেগেৰে, জিলিকি উঠে তোমাৰ দুচকুত... অপৰাজিতাৰ এটি আধৰুৱা কবিতা। সপোনৰ হাতত ধৰি আহিছিলা এদিন মোৰ হৃদয়ৰ মাজলৈ.. সপোন ভাঙি গৈছিলা মোক আধৰুৱা কৰি; এজাক এন্ধাৰৰ পক্ষী হৈ উৰি গৈছিলা নাহৰৰ দেশলৈ। মই আধৰুৱা কবিতাটি শেষ কৰিৱলৈ আকৌ তোমাক বিছাৰি ফুৰিছিলো। মই জনা নাছিলো জানা তেতিয়া যে তুমি মোক এৰি... বহু দুৰলৈ গুচি গৈছিলা। কবিতাটি কিজানী আধৰুৱাই হৈ থাকিৱ নহয়নে? সেই দৰেই মইয়ো আধৰুৱা হৈ ৰ'ম জানা? তোমাৰ অবিহনে? ✍বিপাশা বৰা।

 ॥মোৰ অনুভৱী তুমি॥
তোমাৰ হৃদয়ৰ একোনত
সাজিছো মই আবেলিৰ ৰামধেনু,
তোমাৰ হীমচেঁচা দুৱাহুৰ মাজেৰে
বোৱাইছো যন্ত্রনাৰ জীয়া উশাহ..!
জোনাকৰ স্নিগ্ধতাত ডুৱি থকা
এটি অবুজ আৱেগেৰে,
       জিলিকি উঠে তোমাৰ দুচকুত...
               অপৰাজিতাৰ এটি আধৰুৱা কবিতা।
সপোনৰ হাতত ধৰি আহিছিলা
এদিন মোৰ হৃদয়ৰ মাজলৈ..
সপোন ভাঙি গৈছিলা
মোক আধৰুৱা কৰি;
এজাক এন্ধাৰৰ পক্ষী হৈ
উৰি গৈছিলা নাহৰৰ দেশলৈ।
মই আধৰুৱা কবিতাটি 
শেষ কৰিৱলৈ আকৌ
তোমাক বিছাৰি ফুৰিছিলো।
মই জনা নাছিলো জানা
তেতিয়া যে তুমি মোক এৰি...
বহু দুৰলৈ গুচি গৈছিলা।
কবিতাটি কিজানী আধৰুৱাই
হৈ থাকিৱ নহয়নে?
সেই দৰেই মইয়ো
 আধৰুৱা হৈ ৰ'ম জানা?
তোমাৰ অবিহনে?
     ✍বিপাশা বৰা।

॥মোৰ অনুভৱী তুমি॥ তোমাৰ হৃদয়ৰ একোনত সাজিছো মই আবেলিৰ ৰামধেনু, তোমাৰ হীমচেঁচা দুৱাহুৰ মাজেৰে বোৱাইছো যন্ত্রনাৰ জীয়া উশাহ..! জোনাকৰ স্নিগ্ধতাত ডুৱি থকা এটি অবুজ আৱেগেৰে, জিলিকি উঠে তোমাৰ দুচকুত... অপৰাজিতাৰ এটি আধৰুৱা কবিতা। সপোনৰ হাতত ধৰি আহিছিলা এদিন মোৰ হৃদয়ৰ মাজলৈ.. সপোন ভাঙি গৈছিলা মোক আধৰুৱা কৰি; এজাক এন্ধাৰৰ পক্ষী হৈ উৰি গৈছিলা নাহৰৰ দেশলৈ। মই আধৰুৱা কবিতাটি শেষ কৰিৱলৈ আকৌ তোমাক বিছাৰি ফুৰিছিলো। মই জনা নাছিলো জানা তেতিয়া যে তুমি মোক এৰি... বহু দুৰলৈ গুচি গৈছিলা। কবিতাটি কিজানী আধৰুৱাই হৈ থাকিৱ নহয়নে? সেই দৰেই মইয়ো আধৰুৱা হৈ ৰ'ম জানা? তোমাৰ অবিহনে? ✍বিপাশা বৰা।

4 Love

সমস্যাবোৰে তেতিয়া লগ দিয়ে...যেতিয়া মই নিজৰ পৰাই আতৰি থাকিৱ বিছাৰো,,দুখবোৰো তেতিয়াহে আহে,যেতিয়া মই সুখৰ সংজ্ঞা বিছাৰি ফুৰু। ✍বিপাশা বৰা।

 সমস্যাবোৰে তেতিয়া লগ দিয়ে...যেতিয়া মই নিজৰ পৰাই আতৰি থাকিৱ বিছাৰো,,দুখবোৰো তেতিয়াহে আহে,যেতিয়া মই সুখৰ সংজ্ঞা বিছাৰি ফুৰু।
    ✍বিপাশা বৰা।

সমস্যাবোৰে তেতিয়া লগ দিয়ে...যেতিয়া মই নিজৰ পৰাই আতৰি থাকিৱ বিছাৰো,,দুখবোৰো তেতিয়াহে আহে,যেতিয়া মই সুখৰ সংজ্ঞা বিছাৰি ফুৰু। ✍বিপাশা বৰা।

3 Love

অহংকাৰ আৰু স্বাৰ্থপৰতা থকা মানুহৰ কেতিয়াও সুখ হ'বই নোৱাৰে,, তেওঁলোকৰ দুখৰ কোনো অভাৱেই নাথাকে।মোৰ অহংকাৰ অাৰু স্বাৰ্থপৰতা নাই বাবেই কিজানী সুখৰো অভাৱ নাই।সচাকৈয়েই মই ইমান সুখী যে দুখৰ অকনো অনুভৱেই নহয়। ✍বিপাশা বৰা।

 অহংকাৰ আৰু স্বাৰ্থপৰতা থকা 
মানুহৰ কেতিয়াও সুখ হ'বই নোৱাৰে,, 
তেওঁলোকৰ দুখৰ কোনো অভাৱেই
 নাথাকে।মোৰ অহংকাৰ অাৰু 
স্বাৰ্থপৰতা নাই বাবেই কিজানী 
সুখৰো অভাৱ নাই।সচাকৈয়েই 
মই ইমান সুখী যে দুখৰ অকনো 
অনুভৱেই নহয়।
            ✍বিপাশা বৰা।

অহংকাৰ আৰু স্বাৰ্থপৰতা থকা মানুহৰ কেতিয়াও সুখ হ'বই নোৱাৰে,, তেওঁলোকৰ দুখৰ কোনো অভাৱেই নাথাকে।মোৰ অহংকাৰ অাৰু স্বাৰ্থপৰতা নাই বাবেই কিজানী সুখৰো অভাৱ নাই।সচাকৈয়েই মই ইমান সুখী যে দুখৰ অকনো অনুভৱেই নহয়। ✍বিপাশা বৰা।

4 Love

78 View

56 View

Trending Topic