"এটা মৰমলগা অকঁৰা"
তোৰ নিচিনা অকৰা এটাৰ
মোৰ জীৱনত খুবেই প্ৰয়োজন❤
এটা মৰমলগা অকৰাৰ ।❤
মোৰ যে প্ৰতিটো কথাতে তই কৰা হিংসাবোৰ
মনে মনে মোৰ বহুত ভাল লাগে জান ।
আৰু তোৰ ফুলা লুচিৰ দৰে সেইমুখখন ?
তোৰ আৰে আৰে চাই কিমান সুখি হওঁ
সেয়া তই নুবুজিবি।
এৰা বুজিবিনো কিয় ?
তইতো এটা মৰমলগা অকৰাহে 😘?
আজিলৈকেটো বুজিয়ে নাপালি __মই
তোক জ্বলাবলৈকে অনহকত কৰা
কাজিয়াবোৰৰ আৰঁত থকা মৰমবোৰ ।😍
যেতিয়া তই মোৰ লগত সাধাৰণভাৱে
কথা পাত
মোৰ ক'বলৈ মন যায় জান ?
"কাজিয়া কৰো ব'ল ....
ধেই ময়ো যে .....😆
কাজিয়া হ'বলা
নিজে নিজে কৰিম বুলি কৰে ।
নকৰে নহ্ নিজে নিজেহে হৈ যায়
আৰু চৱ হয় তোৰ কাৰণে ।
মনত হে পৰিছে অ ....
তোক নহয় পাগল তোৰ লগত কৰা কাজিয়াবোৰ ।
কিন্তু সময়বোৰ যে ?
©Nikumoni A Laskar
এনেই
#Rose