নিশাটো বাঢ়িছে কুঁৱলীৰ সুবাস চাৰিওপিনে বিওপিছে পাতল

"নিশাটো বাঢ়িছে কুঁৱলীৰ সুবাস চাৰিওপিনে বিওপিছে পাতলকৈ মেলা সমীৰণজাকে চেঁচা চেচাঁকৈ দেহ মন জুৰ পেলাইছে, আলিবাটৰ দুবৰিত , হালি জালি নাচি থকা বকুলদুজোপাই নীৰৱে কথা পাতিছে , কাষৰত জ্বলি থকা পোষ্ট লাইটটোৱে আন্ধাৰৰ বুকুত পোহৰ সিচিছে , ওচৰৰ দুৱৰিকোচাক, নিয়ৰে পোহৰাই তুলিছে , তাৰ ওপৰতে দুৱৰিয়ে ,,হেঁপাহ পলাই সাতুৰিছে । নিৰব নিস্তব্ধ নিশাটোত নীৰৱতাই আহি কাণতে বাজিছে , চিঞৰিছে , আকৌ থমকিছে । ফটফটাই জ্বলি থকা জোনটোৱে প্ৰেমৰ খেল খেলিছে , ডাৱৰৰ মাজত লুকাই তিৰবিৰাই তিৰবিৰাই তৰাবোৰে , প্ৰেমৰ গীত গুণগুনাইছে , প্ৰকৃতি আইৰ এই মনোমোহা সৌন্দৰ্যই মোক বাৰুকৈয়ে প্ৰেমত পেলাইছে ।।"

 নিশাটো বাঢ়িছে
কুঁৱলীৰ সুবাস চাৰিওপিনে বিওপিছে
পাতলকৈ মেলা সমীৰণজাকে
চেঁচা চেচাঁকৈ দেহ মন জুৰ পেলাইছে,
আলিবাটৰ দুবৰিত ,
হালি জালি নাচি থকা 
বকুলদুজোপাই নীৰৱে কথা পাতিছে ,
কাষৰত জ্বলি থকা পোষ্ট লাইটটোৱে
আন্ধাৰৰ বুকুত পোহৰ সিচিছে ,
ওচৰৰ দুৱৰিকোচাক, নিয়ৰে পোহৰাই তুলিছে , 
তাৰ ওপৰতে দুৱৰিয়ে ,,হেঁপাহ পলাই সাতুৰিছে ।
                                              নিৰব নিস্তব্ধ নিশাটোত
                                   নীৰৱতাই আহি কাণতে বাজিছে , 
                                চিঞৰিছে , আকৌ থমকিছে ।
                                ফটফটাই জ্বলি থকা জোনটোৱে 
                                       প্ৰেমৰ খেল খেলিছে , 
                                   ডাৱৰৰ মাজত লুকাই 
                              তিৰবিৰাই তিৰবিৰাই তৰাবোৰে ,
                              প্ৰেমৰ গীত গুণগুনাইছে ,
                             প্ৰকৃতি আইৰ এই 
                            মনোমোহা সৌন্দৰ্যই মোক
                         বাৰুকৈয়ে প্ৰেমত পেলাইছে ।।

নিশাটো বাঢ়িছে কুঁৱলীৰ সুবাস চাৰিওপিনে বিওপিছে পাতলকৈ মেলা সমীৰণজাকে চেঁচা চেচাঁকৈ দেহ মন জুৰ পেলাইছে, আলিবাটৰ দুবৰিত , হালি জালি নাচি থকা বকুলদুজোপাই নীৰৱে কথা পাতিছে , কাষৰত জ্বলি থকা পোষ্ট লাইটটোৱে আন্ধাৰৰ বুকুত পোহৰ সিচিছে , ওচৰৰ দুৱৰিকোচাক, নিয়ৰে পোহৰাই তুলিছে , তাৰ ওপৰতে দুৱৰিয়ে ,,হেঁপাহ পলাই সাতুৰিছে । নিৰব নিস্তব্ধ নিশাটোত নীৰৱতাই আহি কাণতে বাজিছে , চিঞৰিছে , আকৌ থমকিছে । ফটফটাই জ্বলি থকা জোনটোৱে প্ৰেমৰ খেল খেলিছে , ডাৱৰৰ মাজত লুকাই তিৰবিৰাই তিৰবিৰাই তৰাবোৰে , প্ৰেমৰ গীত গুণগুনাইছে , প্ৰকৃতি আইৰ এই মনোমোহা সৌন্দৰ্যই মোক বাৰুকৈয়ে প্ৰেমত পেলাইছে ।।

#Lantern #assamese_poem

People who shared love close

More like this

Trending Topic