কিছুমান কথাই হিয়াত
আমনি কৰিছে
বহু কথা কাহিনীয়ে
চকুলোঁ হৈ আহি অশ্ৰুৰে
নতুন স্মৃতিৰ ঘৰ সাজিচে
এটি দুটি কৰি শিক্ষা পাই
হিয়াই বৰ কৈ কান্দিছে
শব্দহীন দৃশ্যহীন কষ্ট পোৱা আৱেগ
কাতৰ বিননীত হুক হুকাইছে
আজি হেনো হিয়াই আকৌ থিৰ কৰিলে
জীৱন্ত মৰণ লৈ বাট আছে যিমান
এটা এটা আঘাত হিয়াত পুথি থব
অকশৰীয়া বাটলৈ সখী হৈ থাকিব
জীৱন পথত যাতে কাকো
বিশ্বাস কৰিবলৈ মন কৰিলেও
পোনপ্ৰথমে বিশ্বাসৰ অমৃত পান নকৰিব
- মাৰ্জু ছিদ্দিকা
©___𝐬𝐢𝐥𝐞𝐧𝐭___𝐥𝐞𝐚𝐫𝐧𝐞𝐫____𝐦.𝐬
#writting sad poetry #story #letters #Life